Poshan Assamese HealthPhone
Assamese: Learn about simple & good nutrition practices to prevent malnutrition.
About Poshan Assamese HealthPhone
এই ভিডিঅ’টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা৷
1. পুষ্টিহীনতাৰ লক্ষণসমূহ, কাৰণসমূহ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা
2. প্ৰসৱপূৰ্ব - গৰ্ভাৱস্থাত লোৱা যতন
3. জন্মৰ ছমাহৰ পিছত মাতৃদুগ্ধ আৰু খাদ্য প্ৰদান
4. পুষ্টিহীনতা প্ৰতিৰোধৰ শপত লওঁক
এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে৷
প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত৷
http://healthphone.org
Similar Apps
ISEA
It is a comprehensive, user-friendly security awareness application for Internet & mobile...
Cane Adviser Tamil
Cane Adviser is a mobile app from ICAR-Sugarcane Breeding Institute, Coimbatore, Tamil...
Cane Adviser
Cane Adviser is a mobile app from ICAR-Sugarcane Breeding Institute, Coimbatore, Tamil...
Cane Adviser Hindi
Cane Adviser is a mobile app from ICAR-Sugarcane Breeding Institute, Coimbatore, Tamil...
Banking Dictionary Gujarati
Faculty of Disability Management and Special Education (FDMSE) of Ramakrishna Mission Vivekananda...
Banking Dictionary Oriya
Faculty of Disability Management and Special Education (FDMSE) of Ramakrishna Mission Vivekananda...